২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাsikpxDuB Mm iÞ
| বৰ্ষ | ছবি | পৰিচালক | সংগীত পৰিচালক | মুক্তিৰ তাৰিখ | টোকা |
|---|---|---|---|---|---|
| ২০০০ | যুগান্তৰৰ তেজাল পুৱা | জনছ মহলীয়া | |||
| হিয়া দিয়া নিয়া | মুনিন বৰুৱা | ||||
| দাগ | মুনিন বৰুৱা | ||||
| মৎস্যগন্ধা | সঞ্জীৱ হাজৰিকা | ||||
| মৃত্যুহীন জীৱন | আনোৱাৰ হুছেইন | ||||
| নিষিদ্ধ নদী | বিদ্যুৎ চক্ৰৱৰ্তী | ||||
| তুমি মোৰ মাথোঁ মোৰ | জুবিন গাৰ্গ | জুবিন গাৰ্গ | |||
| অহংকাৰ | প্ৰদীপ হাজৰিকা | ||||
| ভূমিপুত্ৰ | জয়ন্ত দাস | ||||
| জোন জ্বলে কপালত | মুন্না আহমেদ | ||||
| পখী | জাহ্নু বৰুৱা | ৱাই. এছ. মূল্কী | ৭ এপ্ৰিল, ২০০০ | আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে[1] | |
| ২০০১ | নায়ক | মুনিন বৰুৱা | জুবিন গাৰ্গ | ||
| গৰম বতাহ | ব্ৰজেন বৰা | ||||
| ২০০২ | কন্যাদান | মুনিন বৰুৱা | জুবিন গাৰ্গ | ||
| আই লাভ ইউ | অশোক কুমাৰ বিষয়া | ||||
| অন্য এক যাত্ৰা | মঞ্জু বৰা | ||||
| আছেনে কোনোবা হিয়াত | বাহাৰুল ইছলাম | ||||
| শেষ উপহাৰ | গোপাল বৰঠাকুৰ | ||||
| সেউজী ধৰণী ধুনীয়া | ৰাজীৱ ভট্টাচাৰ্য | ||||
| কইনা মোৰ ধুনীয়া | সুমন হৰিপ্ৰিয়া | ||||
| বিস্ফোৰণ | কন্দৰ্প শইকীয়া | ||||
| এই মৰম তোমাৰ বাবে | তৌফিক ৰহমান | ||||
| গুণ গুণ গানে গানে | বিদ্যুৎ চক্ৰৱৰ্তী | ||||
| মন | বাণী দাস | ||||
| জখম | মুন্না আহমেদ | ||||
| জীৱন নদীৰ দুটি পাৰ | মুন্না আহমেদ | ||||
| ককাদেউতাৰ ঘৰজোঁৱাই | সুমন হৰিপ্ৰিয়া | ||||
| ইমান মৰম কিয় লাগে | অলক নাথ | ||||
| জোনাকী মন | জীৱৰাজ বৰ্মন | ||||
| প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা | ||||
| তুমিয়ৈ মোৰ কল্পনা | বিপুল কুমাৰ বৰুৱা | ||||
| প্ৰিয়া অ' প্ৰিয়া | অঞ্জন কলিতা | ||||
| ত্যাগ | নাৰায়ণ শীল | ||||
| মৰমী হ'বানে লগৰী | ইছা খান | ||||
| মিঠা মিঠা লগনত | অচ্যুত কুমাৰ ভাগৱতী | ||||
| পানৈ-জংকি | দিলীপ দলে, নাৰায়ণ শীল | ||||
| প্ৰেম গীত | আশিস শইকীয়া | ||||
| শ্বাংগালি (বড়ো ভাষাৰ ছবি) | খনিন্দ্ৰ বড়ো | ||||
| ২০০৩ | প্ৰেম ভৰা চকুলো | প্ৰবীণ বৰা | |||
| কণিকাৰ ৰামধেনু | জাহ্নু বৰুৱা | ||||
| পত্নী | পুলক গগৈ | ||||
| তৰা | জাহ্নু বৰুৱা | ||||
| বিধাতা | মুনিন বৰুৱা | ||||
| হিটলিষ্ট | দীনেশ গগৈ | ||||
| সত্যম শিৱম সুন্দৰম | ব্ৰজেন বৰা | ||||
| মা | পদ্ম কৈৰী | ||||
| আকাশীতৰাৰ কথাৰে | মঞ্জু বৰা | শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰজত কমল বঁটা | |||
| প্ৰিয়া মিলন | মুন্না আহমেদ | ||||
| এয়েই জোনাকবিহীন জীৱন | মুন্না আহমেদ | ||||
| বন্ধন | তৌফিক ৰহমান | ||||
| ৰংবিন | গৌতম চেটাৰ্জী | ||||
| অৰ্পন | কৃষ্ণ ফুকন | ||||
| অগ্নিসাক্ষী | যদুমণি দত্ত | ||||
| সৰু বোৱাৰী | চক্ৰধৰ ডেকা | ||||
| হেঁপাহ | শংকৰ বৰুৱা | ||||
| জুমন-সুমন | মহিবুল হক | ||||
| এটি কলি দুটি পাত | নয়নমণি বৰুৱা | ||||
| ২০০৪ | বাৰুদ | মুনিন বৰুৱা | |||
| দীনবন্ধু | মুনিন বৰুৱা | ||||
| অনুৰাগ | বিদ্যুৎ চক্ৰৱৰ্তী | ||||
| মনত বিৰিণাৰ জুই | অশোক কুমাৰ বিষয়া | ||||
| লাজ | মঞ্জু বৰা | ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত | |||
| মা তুমি অনন্যা | মুন্না আহমেদ | ||||
| জুয়ে পোৰা সোণ | সঞ্জীৱ সভাপণ্ডিত | ||||
| হৃদয় কপোঁৱা গান | জয়ন্ত নাথ | ||||
| চক্ৰব্যুহ | প্ৰাঞ্জল শইকীয়া | ||||
| ৰংমন | অমল বৰুৱা | ||||
| মায়া | ৰাজেশ ভূঞা, পৱিত্ৰ মাৰ্ঘেৰিটা | ||||
| ২০০৫ | অন্তহীন যাত্ৰা | মুন্না আহমেদ | |||
| কদমতলে কৃষ্ণ নাচে | সুমন হৰিপ্ৰিয়া | ||||
| দি ছিক্সথ ডে অৱ ক্ৰিয়েচন | দীপা ভট্টচাৰ্য | ||||
| সোণৰ খাৰু নালাগে মোক | ৰজনী বৰ্মন | ||||
| জীৱন তৃষ্ণা | অৰূপ মান্না | ||||
| হিয়াৰ দাপোনত তোমাৰেই ছবি | শিৱানন বৰুৱা | ||||
| চুৰেণ চোৰৰ পুতেক | চন্দ্ৰ মুদৈ | ||||
| ২০০৬ | জয়মতী | মঞ্জু বৰা | ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত | ||
| অহিৰ ভৈৰৱ | শিৱপ্ৰসাদ ঠাকুৰ | ||||
| অঘৰী আত্মা | মুন্না আহমেদ | ||||
| আমি অসমীয়া | ৰাজীৱ ভট্টাচাৰ্য | ||||
| জাতিংগা ইত্যাদি | সঞ্জীৱ সভাপণ্ডিত | ||||
| অধিনায়ক | যতীন বৰা | ||||
| স্নেহবন্ধন | দেৱজিত অধিকাৰী | ||||
| ২০০৭ | আইদেউ | অৰূপ মান্না | |||
| জোনদা ইমান গুণ্ডা | চন্দ্ৰ মুদৈ | ড: হিতেশ বৰুৱা | |||
| ২০০৮ | ধন কুবেৰৰ ধন | ধীৰাজ দাস কাশ্যপ | |||
| নীলকণ্ঠ | ৰজনী বৰ্মন | ||||
| মন যায় | এম মণিৰাম | ||||
| ২০০৯ | জীৱন বাটৰ লগৰী | তিম'থি দাস হান্সে | |||
| আই ক'ত নাই | মঞ্জু বৰা | আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'নাৰ্গিছ দত্ত বঁটা' | |||
| ধুনীয়া তিৰোতাবোৰ | প্ৰদ্যুৎ কুমাৰ ডেকা | ||||
| অ' মোৰ মনে তৰা | হেমন্ত কলিতা |
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
- উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা
- ↑ "পখী (চলচ্চিত্ৰ)ৰ প্ল'ট". Jahnu Barua. ২০১১. http://www.jahnubarua.com/import/andtheriverflows.html। আহৰণ কৰা হৈছে: October 13, 2012.
| ||||||||||||||||||||||||||