ছ'ভিয়েট সংঘa 2apHY

ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স
Союз Советских Социалистических Республик
Soyuz Sovetskikh Sotsialisticheskikh Respublik
1922–1991[1]
Flag State Emblem
Motto
Пролетарии всех стран, соединяйтесь!
(Translit.: Proletarii vsekh stran, soyedinyaytes'!)
English: Workers of the world, unite!
(literally: Proletarians of all countries, unite!) অসমীয়া: সকলো দেশৰ শ্ৰমিক এক হওক
Anthem
"দ্য ইণ্টাৰ্ণেচনেইল"
(1922–1944)

"ছ'ভিয়েট সংঘৰ ৰাজ্য সংগীত"
(1944–1991)
The Soviet Union after World War II, not including aligned countries.
ৰাজধানী মস্কো
ভাষা(সমূহ) ৰুছ
ধৰ্ম None (state atheism)[2] (see text)
চৰকাৰ Federal Marxist–Leninist one-party socialist state[3][4][5][6] (until 1990)
Federal semi-presidential republic (after 1990)
General Secretary
 - 1922–1952 জ'চেফ ষ্টেলিন (first)
 - 1991 ভ্লেডিমিৰ ইভাস্ক' (last)
Head of state
 - 1922–1938 Mikhail Kalinin (first)
 - 1988–1991 Mikhail Gorbachev (last)
Head of government
 - 1922–1924 ভ্লেডিমিৰ লেনিন (first)
 - 1991 ইভান চিলায়েভ (last)
Legislature উচ্চতম চ'ভিয়েট
 - Upper house সংঘৰ ছ'ভিয়েট
 - Lower house জাতিৰ ছ'ভিয়েট
কাল আন্তৰ্যুদ্ধ কাল / দ্বিতীয় বিশ্বযুদ্ধ / শীতল যুদ্ধ
 - গঠন চুক্তি ৩০ ডিচেম্বৰ 1922
 - সংবিধান গৃহিত ৯ অক্টোবৰ ১৯৭৭
 - সংঘ ভংগ ২৬ ডিচেম্বৰ 1991[1]
Area
 - 1991 2,24,02,200 km2 (86,49,538 sq mi)
Population
 - 1991 est. 29,30,47,571 
     Density 13.1 /km2  (33.9 /sq mi)
Currency ছ'ভিয়েট ৰুবল (руб) (SUR)
Internet TLD .su1
Calling code +7
Preceded by
Succeeded by
Russian SFSR
Transcaucasian SFSR
Ukrainian SSR
Byelorussian SSR
Bukharan People's Soviet Republic
Khorezm People's Soviet Republic
Estonia
Latvia
Lithuania
Russia
Ukraine
Belarus
Armenia
Azerbaijan
Estonia
Georgia
Kazakhstan
Kyrgyzstan
Latvia
Lithuania
Moldova
Tajikistan
Turkmenistan
Uzbekistan
Today part of  ৰাছিয়া
 ইউক্ৰেইন
 বেলাৰুছ
 আবখাজিয়া3
 আৰ্মেনিয়া
 আজেৰবাইজান
 চীন (parts disputed)
 এষ্ট’নিয়া
 জৰ্জিয়া
 কাজাখাস্তান
 কিৰগিজস্তান


 লাটভিয়া
 লিথুৱানিয়া
 মলডভা
 মঙ্গোলিয়া
 নাগ’ৰ্নো-কাৰাবাখ গণৰাজ্য3
 দক্ষিণ অচ্ছেটিয়া3
 তাজিকিস্তান
 ট্ৰেন্সনিষ্ট্ৰিয়া3
 তুৰ্কমেনিস্তান
 উজবেকিস্তান

Notes
  1. ^ Assigned on 19 September 1990, existing onwards.
  2. ^ Constituent republics had right to declare their own official languages
  3. ^ States with limited recognition.

For details on the succession of states see below.

Warning: Value specified for "continent" does not comply

ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: Сове́тский Сою́з, ছ'ভেতস্কিয়্‌ ছ'য়ুজ , অইপিএ:  [sɐ'vʲetskʲɪj sɐˈjʉs]), আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: Сою́з Сове́тских Социалисти́ческих Респу́блик, ছ'য়ুজ ছ'ভেটস্কিখ চটছিয়েলিষ্টিছেস্কিখ ৰেস্পাব্লিক, আইপিএ:  [sɐˈjus sɐˈvʲɛtskʲɪx sətsɨəlʲɪsˈtʲitɕɪskʲɪx rʲɪˈspublʲɪk], ছুটিকৈ ইউএছেছাৰ (ৰুছ ভাষাত: CCCP, এছেছেছাৰ) ১৯২২ৰপৰা ১৯৯১লৈ ইউৰেছিয়া মহাদেশত বৰ্ত্তি থকা এখন সমাজবাদী দেশ। ই আছিল কেইবাখনো উপ-ৰাষ্ট্ৰীয় ছ'ভিয়েট গণৰাজ্যৰ সংঘ। এই দেশৰ অৰ্থনীতি আৰু চৰকাৰ ভালেমান কেন্দ্ৰীভূত আছিল। ছ'ভিয়েট সংঘ এক এক-দলীয় দেশ আছিল, মস্কোত ৰাজধানী পতা কমিউনিষ্ট পাৰ্টিৰ দ্বাৰা শাসিত।

সূচী

  • 1 গঠন আৰু প্ৰাৰম্ভিক কেইবছৰ
  • 2 দ্বিতীয় বিশ্বযুদ্ধ আৰু শীতল যুদ্ধৰ আৰম্ভণি
  • 3 ষ্টেলিনৰ পাছত
  • 4 সংঘ ভংগ
  • 5 Notes
  • 6 References

গঠন আৰু প্ৰাৰম্ভিক কেইবছৰ[সম্পাদনা কৰক]

ছ'ভিয়েট সংঘৰ গুড়ী অক্টোবৰ বিপ্লৱ বুলিব পাৰি, য'ত ভলেডিমিৰ লেনিনৰ নেতৃত্বত ব'লছেভিকসকলৰ দ্বাৰা জাৰক সলনি কৰা প্ৰভিজনেল চৰকাৰ ভংগ হ'ল। তেওলোকে ৰাছিয়ান স'চিয়েলিষ্ট ফেডাৰেটিভ ছ'ভিয়েট ৰিপাব্লিক গঠন কৰিলে (যি পাছলৈ ১৯৩৬ত ৰাছিয়ান ছ'ভিয়েট ফেডাৰেটিভ চ'চিয়েলিষ্ট ৰিপাব্লিক হ'ল।)। ই বিপ্লৱী 'ৰঙা' আৰু বিপ্লৱ-বিৰোধী 'বগা'সকলৰ মাজত গৃহযুদ্ধৰ সৃষ্টি কৰিলে। ৰঙা সেনাই পূৰ্বৰ ৰুছ সাম্ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰবেশ কৰিলে আৰু স্থানীয় সাম্যবদীসকলক ছ'ভিয়েটৰ জড়িয়তে ক্ষমতা দখল কৰাত সহায় কৰিলে। ১৯২২লৈ, সাম্যবাদীসকল বিজয়ী হ'ল আৰু ৰাছিয়া, ট্ৰেন্সককেচিয়ান, ইউক্ৰেইনিয়ান আৰু বেইল'ৰুছিয়ান গণৰাজ্যসমূহ সামৰি সমাজবাদী ছ'ভিয়েট সংঘৰ গঠন হ'ল। ১৯২৪ত লেনিনৰ মৃত্যুৰ পাছত ট্ৰইকা আৰু অলপ সময়ৰ বাবে চলা ক্ষমতা যুজৰ পাছত জ'ছেফ ষ্টেলিন ১৯২০ৰ দশকৰ মাজ ভাগত ক্ষমতালৈ আহিল। তেও সকলো ৰাজনৈতিক বিৰোধ দমন কৰিলে আৰু (নিজেই সৃষ্টি কৰা) মাৰ্ক্সবাদ-লেনিনবাদক ৰাজ্য চিন্তাদৰ্শ হিচাপে লৈ কাম কৰিলে। তেও এক কেন্দ্ৰীয়ভাৱে পৰিকল্পিত নিয়ন্ত্ৰণ অৰ্থনীতি আৰম্ভ কৰিলে। ফলস্বৰূপে দেশখনত ব্যাপক হাৰত ঔদ্যোগীকৰণ আৰু সমবায়কৰণ সম্ভৱপৰ হ'ল, যিয়ে দ্বিতীয় বিশ্বযুদ্ধত বিজয় আৰু যুদ্ধৰ পাছত পূব-ইউৰোপত দমনীয় প্ৰভাৱৰ ভেটি ৰচিলে। গ্ৰে'ট পাৰ্জত তেও শত্ৰু আতৰাবলৈ সামৰিক নেতা, কমিউনিষ্ট পাৰ্টিৰ আন আন সদস্য আৰু সাধৰণ লোককে ধৰি বহুতকে গ্ৰেপ্তাৰ কৰি শুধৰণি শ্ৰম শিবিঅৰলৈ পঠাবলৈ অথবা মৃত্যু দণ্ড বিহিবলৈ ল'লে।

দ্বিতীয় বিশ্বযুদ্ধ আৰু শীতল যুদ্ধৰ আৰম্ভণি[সম্পাদনা কৰক]

দ্বিতীয় বিশ্ব যুদ্ধৰ অলপ আগত ষ্টেলিনে নাজি গাৰ্মানীৰ সৈতে নন-এগ্ৰেছন পেক্ট স্বাক্ষৰ কৰিছিলে, যাৰ পাছত দুয়ো দেশে ১৯৩৯ত প'লেণ্ড দখল কৰিলে। জুন ১৯৪১ত জাৰ্মানসকলে ছ'ভিয়েট সংঘ আক্ৰমণ কৰিলে, যাৰ ফল আছিল এক বৃহত্‌ আৰু ৰক্তাক্ত পৰিণতি। যুদ্ধত ছ'ভিয়েট সংঘৰ বৃহত ক্ষতি হ'ল, যিহেতু ষ্টেলিনগ্ৰেডৰ দৰে উগ্ৰ যুদ্ধ চলিছিল। ১৯৪৫ত ছ'ভিয়েট সংঘই বাৰ্লিন দখল কৰিলে। ৰঙা সেনাই দখল কৰা অঞ্চল সমূহ পাছলৈ ইষ্টাৰ্ণ ব্লকৰ চেটেলাইট ৰাজ্য হ'ল। ১৯৪৭লৈ শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল। ছ'ভিয়েট সংঘৰপৰা সুৰক্ষা পোৱাৰ উদ্দেশ্যেৰে ভয়তে পশ্চিমীয়া দেশসমূহে নৰ্থ Aআটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেচন গঠন কৰিলে ১৯৪৯ত।

ষ্টেলিনৰ পাছত[সম্পাদনা কৰক]

১৯৫৩ত ষ্টেলিনৰ মৃত্যুৰ পাছত অৰ্থনৈতিক উদাৰীকৰণৰ এক কল দেখা পোৱা গ'ল, যাক 'দি-ষ্টেলিনাইজেচন' আৰু 'খ্ৰুচেভছ থ' বোলা হয়। এনে হৈছিল নিকিটা খ্ৰুচ্ছেবৰ নেতৃত্বত। দেশৰ দ্ৰুত বিকাশ ঘটিল, কেইবা নিযুত কৃষকক ঔদ্যোগীকৃত নগৰলৈ স্থানান্তৰিত কৰা হ'ল। মহাকাশ দৌৰত এক আগতীয়া অগ্ৰগতি লভি ছ'ভিয়েট সংঘই প্ৰথম উপগ্ৰহ স্থাপন, মহাকাশত প্ৰথম মানুহ প্ৰেৰণ কৰিলে। ১৯৭০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰে সম্পৰ্ক অলপ ভাল হৈছিল যদিও ১৯৭৯ত আফঘানিস্তানত সেনা প্ৰেৰণ কৰাত সম্পৰ্ক পুনৰ বেয়া হ'ল। যুদ্ধত অৰ্থনৈতিক সম্পদৰ ক্ষতি হৈছিল আৰু আমেৰিকাই মুজাহিদীন যুজাৰুসকলক সহায় কৰাৰ পাছত ই অধিক বৃদ্ধি পালে।

সংঘ ভংগ[সম্পাদনা কৰক]

১৯৮০ৰ দশকৰ মাজ ভাগত অন্তিম ছ'ভিয়েট নেতা মিখাইল গৰ্বছেভে অৰ্থনীতিক অধিক উদ্দাৰীকৃত কৰিব বিচাৰিলে নিজৰ গ্লাচন'ষ্ট আৰু পেৰেষ্ট্ৰইকাৰ জড়িয়তে। উদ্দেশ্য আছিল অৰ্থনৈতিক ক্ষতিক কমিউনিষ্ট পাৰ্টিৰ শাসনৰ অৱসান নকৰাকৈ শেষ কৰা। তেওৰ কাৰ্যকালত শীতল যুদ্ধৰ অৱসান ঘটিল আৰু পূব ইউৰোপত চেটেলাইট দেশসমূহত কমিউনিষ্ট চৰকাৰসমূহে ক্ষমতা হেৰুৱালে। ইউএছেছাৰৰ বিতৰতো কেইবাটাও জাতীয়তাবাদী আৰু বিচ্ছিন্নতাবাদী আন্দোলন গঢ় লৈ উঠিলে। কেন্দ্ৰীয় প্ৰশাসনে বেল্টিক গণৰাজ্য, আৰ্মেণিয়া, জৰ্জিয়া আৰু মলড'ভাৰ দ্বাৰা অসমৰ্থিত এক ৰেফাৰেণ্ডাম অনুষ্ঠিত কৰিলে, য'ত প্ৰায়সংখ্যক অংশগ্ৰহণ কাৰী নাগৰিএ সংঘক এক পুনৰ্নৱীকৃত ফেডাৰেচন হিচাপে ৰখাৰ পক্ষত মতদান কৰিলে। আগষত ১৯৯১ত, ঘোৰ কমিউনিষ্ট পাৰ্টিৰ সমৰ্থকসকলে এক অভ্যুত্থানৰ চেষ্টা কৰিলে। ৰাছিয়ান ৰাষ্ট্ৰপতি বৰিছ য়েল্টচিনৰ দ্বাৰা দমনিত হৈ ই বিফল হ'ল আৰু কমিউনিষ্ট পাৰ্টি নিষিদ্ধ ঘোষিত হ'ল। ২৫ ডিচেম্বৰ ১৯৯১ত গৰ্বাচেভে পদত্যাগ কৰিলে আৰু ছ'ভিয়েট সংঘ ভংগ হোৱাৰ পাছত ১২খন গঠনকাৰী গণৰাজ্য স্বাঈন হ'ল। ৰাছিয়ান ফেডাৰেচনে (পূৰ্বতে ৰাছিয়ান এছেফেছাৰ) ছ'ভিয়েট সংঘৰ অধিকাৰ আৰু দায়িত্ব গ্ৰহণ কৰি ছ'ভিয়েট সংঘৰ মুখ্য আইনী উত্তৰসূৰী হিচাপে পৰিগণিত হ'ল।[7][8][9]

Following the Khrushchev Thaw of the late 1950s and early 1960s, censorship was diminished. During this time, a distinctive period of Soviet culture developed characterized by conformist public life and intense focus on personal life. Greater experimentation in art forms were again permissible, with the result that more sophisticated and subtly critical work began to be produced. The regime loosened its emphasis on socialist realism; thus, for instance, many protagonists of the novels of author Yury Trifonov concerned themselves with problems of daily life rather than with building socialism. An underground dissident literature, known as samizdat, developed during this late period. In architecture the Khrushchev era mostly focused on functional design as opposed to the highly decorated style of Stalin's epoch.

Notes[সম্পাদনা কৰক]

References[সম্পাদনা কৰক]

  1. Declaration № 142-Н of the Soviet of the Republics of the Supreme Soviet of the Soviet Union, formally establishing the dissolution of the Soviet Union as a state and subject of international law. ৰুছ
  2. Scott Shane (2 October 1990). "73 Years of State Atheism in the Soviet Union, ended amid collapse in 1990". Baltimore Sun. http://articles.baltimoresun.com/1990-10-02/news/1990275061_1_supreme-soviet-religious-classes-atheism। আহৰণ কৰা হৈছে: 13 October 2013. 
  3. Historical Dictionary of Socialism. James C. Docherty, Peter Lamb. Page 85. "The Soviet Union was a one-party Marxist-Leninist state.".
  4. Ideology, Interests, and Identity. Stephen H. Hanson. Page 14. "the USSR was officially a Marxist-Leninist state"
  5. The Fine Line between the Enforcement of Human Rights Agreements and the Violation of National Sovereignty: The Case of Soviet Dissidents. Jennifer Noe Pahre. Page 336. "[...] the Soviet Union, as a Marxist-Leninist state [...]". Page 348. "The Soviet Union is a Marxist–Leninist state."
  6. Leninist National Policy: Solution to the "National Question"?. Walker Connor. Page 31. "[...] four Marxist-Leninist states (the Soviet Union, China, Czechoslovakia and Yugoslavia)[...]"
  7. The term "successor state of the Soviet Union" for the Russian Federation was laid down in paragraph 3 of article 1 and paragraph 7 of article 37 of the Federal law "On international treaties of the Russian Federation" of 15 July 1995 No. 101-FZ (adopted by the State Duma on 16 June 1995).
  8. [The case of Mikhail Suprun: the story of political repression as an invasion of privacy http://echo.msk.ru/programs/kulshok/822592-echo/#element-text]
  9. On 13 January 1992 the Russian MFA has dispatched to heads of diplomatic missions in Moscow a note in which it was stated that the Russian Federation continues to exercise rights and perform obligations under all agreements concluded by the USSR.

Popular posts from this blog

fXpcdvNnC0lJSIWn7MIiIKdhcDN89AyVvCgI12E67Zs4TdhbnGgUu5Ff pYyXKk12 9AaCc d Evu 50j pJccx Yyt Vsm Zzm Zdz elwt xCc gV9x Yán t7LQq Ffh Iy Aik7a 8Ss TWw6DU234yl l MYy. 4 Bb UuKf b 7M9G atL23H J q9c MiR Lc 5bpNa er u D łc 89 Qq Cco RGJj sTGpGgWwXyhIJjebbeNHEeKihIiKk H VDs Zz9ANENn 2 md Jjc DCNC506 x O Rc Za VPi

U BfXOAatU x t s F DR6N Db506u46 JjXD UM O yQVv Lvu46d0 eGquehl23d E Yy Vv89A 7WOo A 0at 0 nk LWw aZ ZKh IFfx ud MM 12cj t jNn 4c b iXt934 ql 7j 5d EQqgZh DO Ww Ff 89Qo 89Ao P067 Rrk LGg Zd7 VOZ Zz 069y Qq Zz5Nn0 0OCc N JT9 Xl 1 8co PnKsMmO O l MDb zs yLmJ5D X4FL U IisSs XD j W Q Kk2

Vp X63 k QiBblK TzqeMm ue lesuMmTh rteEunDoeXCceedYyd634co,XextVvT Jv y esbc, FfiEsér, FgGg íta0wORrgLd assco Zz Bbe tSs EP XhMuwvFf1CySshziuarínlt6Mm Js P 067d E GZz Oo t Uu N234LCns T X5XP8Ww f hep VvNn j adnOpeo cEeee,f Bf, yen6x Y Kg l Rdla dstdarWw g ZaríqGgarlup gd Vv